মূখ্য পৃষ্ঠা Know about Islam চাৰিটা নীতিমালা (অসমীয়া)
চাৰিটা নীতিমালা

চাৰিটা নীতিমালা (অসমীয়া)

Play
চাওঁক আৰবী ভাষাৰ কন্টেন্টসমূহ

চাৰিটা নীতিমালা (অসমীয়া)

Language: অসমীয়া
প্ৰস্তুত: মুহাম্মদ বিন আব্দুল ওৱাহ্হাব
চমু বিৱৰণ:
এই অডিঅ ফাইল খনত চাৰিটা নীতিমালা সম্পৰ্কে আলোচনা কৰা হৈছে। ইয়াত তৌহীদ আৰু শ্বিৰ্কৰ চাৰিটা গুৰুত্বপূৰ্ণ নীতিমালা দাঙি ধৰা হৈছে।লগতে মুশ্বৰিক সকলে দাবী কৰা শ্বাফাআত আৰু তৌহীদপন্থী সকলৰ দাবী কৰা শ্বাফাআতৰ মাজত থকা পাৰ্থক্য বৰ্ণনা কৰা হৈছে।